Tuesday, December 8, 2015

বিৰহ

                            (বজ্ৰাঙ্গ দাস)

যাৰ বিৰহ অগনিত জাহ গ
জীৱনৰ অমূল্য বসন্তবোৰ...

দুৰ্বল হিয়া মোৰ স্পন্দনহীন হ

যেতিয়া তেওঁ প্ৰশ্ন তুলিলে
প্ৰেমৰ অস্তিত্ব আৰু গভীৰতাত !!!




No comments:

Post a Comment