Wednesday, August 3, 2016

প্ৰেমৰ মন্ত্ৰ

                          (বজ্ৰাঙ্গ দাস)
আজিও হৃদয়ত
জীপাল হৈ আছে
তুমি শিকোৱা
প্ৰেমৰ মন্ত্ৰ ||

যেতিয়াই অন্তৰখনে
হাহাকাৰ কৰি উঠে
প্ৰতিধ্বনিত হয়
এক কৰুণ চিত্‍কাৰ |

ভাঁহি আহে
তোমাৰ সেই
বাস্তৱবাদী মন্ত্ৰ

"Be Practical" !!